প্রেম সঞ্চাৰিণী ময়ুৰাক্ষী দোলন প্রভা
কত দূৰ আগুৱালোঁ৷ কত মানুহ লগ পালোঁ৷ সকলোৱেচোন ছায়াছবিৰ দৰে আহে আৰু যায়৷ নহয়, তাৰ মাজতো ৰৈ যায়, বুকুত দাগ কাটিব পৰা, মনলৈ আহিলেই ওঁঠত হাঁহি বিৰিঙাব পৰা কিছু লোক; যিয়ে হৃদয়ৰ পৰা হৃদয়লৈ সাঁকো গঢ়িব জানে৷ দিয়া আৰু লোৱাৰ এক মধুৰ সম্পৰ্ক গঢ়ি এঁৱা সূতাৰ থুনুকা জৰী সোণৰ শিকলিলৈ ৰূপান্তৰ কৰিব জানে৷ জানে, দোলন … Read more